অসম     নগাঁও     কাকডোঙা


এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উৎপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উৎপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উৎপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উৎপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

কাকডোঙা গোট সম্পর্কে :-

কাকডোঙা গোট অসম ৰাজ্যৰ নগাওঁ জিলাৰ ভিতৰত পৰে।

কাকডোঙা গোটটো 501 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 32 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে।

ইনগ্রিড এণ্ডাৰচন কাপোৰৰ চানেকিয়ে আপোনাক স্বকীয় ভাবে হাতেৰে ছপা কৰা আর্হিৰ অনন্য সম্ভাৰ যাচে। সকলোবোৰ দ্রব্য নিউজিলেণ্ডত তৈয়াৰ হয় আৰু আর্হিবোৰ নিউজিলেণ্ডৰ প্রেৰণা সমৃদ্ধ। ঘৰুৱা সামগ্রী, চৌখিন বিচনাৰ চাদৰ আদি বিস্তৃত পৰিসৰৰ দ্রব্য পোৱা যায়। পছন্দ কৰিবলৈ আমাৰ আর্হি আৰু কাপোৰৰ এটা বৃহৎ পৰিসৰ আছে। গুণমান আৰু স্বকীয়তা আমাৰ বাবে গুৰুত্বপূর্ণ আৰু আমি দেখিছোঁ যে নিউজিলেণ্ডৰ বজাৰখন স্থানীয় ভাবে তৈয়াৰ কৰা সামগ্রীৰ কাৰণে খুব অনুগত আৰু সহায়ক। মই এই কথাতো মই আনন্দ পাওঁ যে আমাৰ বহুতো দ্রব্য বিদেশলৈ উপহাৰ সামগ্রী হিচাপে পঠোৱা হয় আৰু এইবোৰে নিউজিলেণ্ডৰ স্বকীয়তা উদযাপন কৰে।

চান্দেৰী ষ্ট'ল আৰু দুপাত্তা, মংগলগিৰি চালোৱাৰ ছুট আৰু শাৰীবোৰ, মহেশ্বৰী চালোৱাৰ ছুট আৰু শাৰীবোৰ, তছৰ চালোৱাৰ ছুট আৰু শাৰীবোৰ, জর্জেট শাৰী, চিফ'ন শাৰী, খাদি সূতা আৰু খাদি ৰেচমৰ ছপা কাপোৰ, সূতাৰ ছপা ভইল আৰু চাদৰৰ কাপোৰ।

জামদানি বোৰ সাধাৰণতে পাতল ৰঙৰ পৃষ্ঠভূমিৰ ওপৰত বগা, মেৰুন, ক'লা, সেউজীয়া, সোনালী, ৰূপালী আৰু সোনালী ৰঙৰ মুগা ৰেচমত বোৱা হয়। জামদানি আৰু টাগাংইলৰ অতিৰিক্ত বাণিৰ আর্হিৰ বোৱন কৌশলত এটা গুৰুত্বপূর্ণ পার্থক্য আছে, এম্ব্রইডাৰীৰ সূতাডাল জামদানিত প্রতিটো পিকৰ পিছতেই সুমাই দিয়া হয়, কিন্তু টাগাংইলৰ ক্ষেত্রত এম্ব্রইডাৰীৰ সূতাডাল প্রতি দুটা পিকৰ পিছত সুমাই দিয়া হয়। টাগাংইলৰ প্রধান বৈশিষ্টটো হ'ল অতিৰিক্ত বাণিৰ বুটা আৰু ক্ষুদ্র ক্ষুদ্র আর্হিবোৰ গোটেই গাটোতে পুনৰাবৃত্তি কৰা হয়। পৰম্পৰাগত ভাবে জামদানিবোৰ বগা ৰঙত ধূসৰ বগা ৰঙৰে বোৱা হয়। জ্যামিতিক আর্হিৰ পৰম্পৰাগত জামদানি শাৰীবোৰ আৰু কপাহী টাংগাইলবোৰ অতি জনপ্রিয় আৰু পশ্চিম বংগৰ মূলৰ পৰা অহা বয়ন শিল্পীৰ দ্বাৰা বোৱা হয়। পাতল হোৱা বাবে এইবোৰ দৈনন্দিন ব্যৱহাৰৰ বাবে ভাৰতৰ নিচিনা গ্রীষ্মমণ্ডলীয় জলবায়ুৰ দেশত অতি উপযোগী।

ব্যৱহৃত কেঁচা মাল:-

যিকোনো মিহি সূতা, আঁহ বা যিকোনো বস্তু যিবোৰৰ দ্বাৰা সূতা বা কাপোৰ তৈয়াৰ কৰিব পৰা যায়, সেইটো নিজেই ফলদায়ক হয়। শব্দটোৰে প্রথমতে মাত্র বোৱা কপোৰৰ কথাহে বুজাইছিল কিন্তু এতিয়া য্ন্ত্রত বোৱা, আঠা লগোৱা, পশমী আৰু থোপা বন্ধা কাপোৰবোৰো অন্তর্ভূক্ত হৈছে। কাপোৰ উৎপাদনত ব্যৱহাৰ হোৱা মূল কেঁচা সামগ্রীবোৰ আঁহ, প্রাকৃতিক উৎসৰ পৰা আহৰণ কৰাই হওঁক (যেনে, ঊল) বা ৰাসায়নিক পদার্থৰ পৰা উৎপাদন কৰাই হওঁক। কাপোৰত থকা আঁহৰ উপকৰণ অনুযায়ী ৰেচম, লিলেন, কপাহী, ৰেয়নৰ দৰে সংশ্লেষিক আঁহ, নাইলন আৰু প'লিষ্টাৰ আদি কাপোৰৰ শ্রেণী বিভাগ কৰা হয় আৰু কিছু অজৈৱিক আঁহ যেনে- সোণৰ কাপোৰ, গ্লাছৰ আঁহ আৰু এচবেষ্টচৰ কাপোৰ।

পদ্ধতি:-

কাপোৰত হাতেৰে ছপা কৰাটো নির্দিষ্ট নক্সাত বা আর্হিত ৰং প্রয়োগ কৰাৰ প্রক্রিয়া। সঠিকভাবে ছপা কৰা কাপোৰত ৰঙটো ভালদৰে লাগি ধৰে যাতে ধোৱা আৰু ঘর্ষণ প্রতিৰোধ কৰিব পাৰে। কাপোৰ ছপা কৰাটো ৰং কৰাৰ লগতযুক্ত, অথচ ৰং কৰাত গোটেই কাপোৰখন সমভাবে এটা ৰঙেৰে আৱৰি ৰখা হয় আৰু ছপা কৰাত এটা বা অধিক ৰং স্পষ্ট ভাবে নিৰূপণ কৰা আর্হিবোৰ আৰু বিশেষ কিছু অংশতহে প্রয়োগ কৰা হয়। ছপাৰ কামত কাঠৰ ব্ল'ক, ষ্টেনচিল, খোদিত কৰা প্লেট, ৰোলাৰ, অথবা চিল্কস্ক্রীন কাপোৰৰ ওপৰত ৰং বহুৱাবলৈ ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰা ৰঙবোৰ ঘন হয় যাতে কৈশিক আকর্ষণৰ বাবে আর্হিটোৰ বাহিৰলৈ বিয়পি নাযায়।

পৰম্পৰাগত কাপোৰ ছপা কৰা কৌশলবোৰ সাধাৰণ ভাবে চাৰিটা শৈলীত ভগাব পাৰি।

প্রত্যক্ষ ছপাকার্য, য'ত ৰঙবোৰ, ঘন কৰা পদার্থবোৰ আৰু মৰডেণ্ট বা কাপোৰত ৰং বহুৱাবলৈ ব্যৱহাৰ কৰা পদার্থবোৰ বিচৰা নক্সাটোত ছপা কৰা হয়।

বিচৰা নক্সাটোত ৰং কৰাৰ আগতে এটা মৰডেণ্ট ছপা কৰা হয় আৰু তেতিয়া মৰডেণ্ট ছপা কৰা ঠাইৰ ভিতৰতহে ৰংটো লাগি ধৰে।

প্রতিৰোধী ৰং কৰা, এইটো পদ্ধতিত মম বা অন্য পদার্থ কাপোৰখনত ছপা কৰি শুকোৱা হয়। মম লাগি থকা ঠাইখিনিত ৰং নধৰে আৰু ৰং কৰা ঠাইখিনিত ৰং নোহোৱা আর্হিটো ফুটি উঠে।

ছপাকার্য, এই পদ্ধতিটোত এটা ব্লিচিং উপাদান ছপা কৰি আগতেই শুকোৱা কাপোৰৰ পৰা কিছু বা গোটেইখিনি ৰং তুলি পেলোৱা হয়।

প্রতিৰোধী আৰু নির্গত কৰা কৌশলবোৰ বিশেষকৈ 19 শতিকাত চৌখিন আছিল, যেনেকৈ সংযুক্ত কৌশলবোৰত অন্যান্য ৰঙবোৰ ব্ল'ক ছপা কৰাৰ আগতে গাঢ় নীলা প্রতিৰোধী, নীলা নেপথ্যটো সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। [1] অত্যাধুনিক উদ্যোগিক ছপাকার্যত প্রত্যক্ষ ছপাকার্যৰ কৌশলবোৰ ব্যৱহৃত হয়।

1. স্ক্রীনবোৰ সৃষ্টি -খুব সূক্ষ্ম ভাবে বোৱা ডেক্রন মেছ কাপোৰ এটা নিষ্কলংক তীখাৰ ফ্রেমত টন্‌টনীয়াকৈ বহলাই স্ক্রীনবোৰ তৈয়াৰ কৰা হয়। ডেক্রনটোত অস্বচ্ছ ক'লা চিয়াহীৰে তৈয়াৰ কৰা এটা পোহৰ সংবেদী তৈলাক্ত পদার্থৰে প্রলেপ দি ছবিখনৰ ওপৰত বহুৱাই, পোহৰত মেলি ধৰা হয় যাতে ঋণাত্বক প্রতিচ্ছবি তৈয়াৰ হয়। যেতিয়া চিয়াহীৰে আৱৰি থাকে, ছবি অনুসৰিহে চিয়াহীখিনি ভেদ কৰিব পাৰে আৰু ফলস্বৰূপে স্ক্রীন এখন পোৱা যায়।

2. চিয়াহী মিহলোৱা আৰু প্রয়োগ কৰা।

3. ছপা কৰা মেজত কাপোৰখন পিন মৰা।

4. কাপোৰখনৰ ছপাকার্য-স্ক্রীনখন চাবষ্ট্রেট পদার্থটোৰ ওপৰত পেলাই লোৱা হয় আৰু চিয়াহী স্ক্রীনখনত চেপি দিয়া হয় যাতে চিয়াহী নিগৰি সোমায়।

5. কাপোৰখন শুকোৱা কার্য।

কৌশল:-

এই কৌশলটোত অভিপ্রেত চানেকিটো স্বকীয় ৰঙৰ সৈতে বিশেষ পনীয়া ৰঙৰ চিয়াহীৰ ক্ষুদ্র টোপাল পূর্ব নির্ধাৰিত সূক্ষ্ম বিন্যাসত চাবস্ট্রেটৰ পৃষ্ঠত প্রক্ষেপ কৰি ফুটাই তোলা হয়। এইটো কাপোৰৰ অলংকৰণ মূল্য বঢ়াবলৈ কৰা ছপাকার্যৰ আটাইতকৈ পুৰণি শৈলী। এইটোৱেই বন্ধা আৰু ৰং কৰাৰ পৰম্পৰাগত কৌশল। এটা স্প্রে গান ৰঙটো জোৰকৈ স্ক্রীনৰ মাজেৰে ঠেলি পঠিয়াবলৈ ব্যৱহাৰ কৰা হয় আৰু ইলেক্ট্র' কোটিং আর্হিৰ স্তুপত ব্যৱহাৰ কৰা হয়। এই কৌশলটোত দীঘ আৰু বাণি উভয়ৰে সূতাবোৰ বান্ধিলৈ মূল ৰঙটো বজাই ৰাখিবৰ প্রয়োজন হয় আৰু তাৰপিছত শুকোৱা হয়।

কেনেকৈ উপনীত ':-

গোলাঘাট জিলাৰ কাকডোঙা গাঁওখন পথ যোগাযোগেৰে সুন্দৰ ভাবে সংযুক্ত-ৰাষ্ট্রীয় ঘাই পথ নং 37 আৰু 38 এই জিলাৰ মাজেৰে অতিক্রম কৰিছে। 37 নং ৰাষ্ট্রীয় ঘাই পথটো গোলাঘাট নগাঁও সীমান্তৰ বাগৰিৰে সোমাইছে আৰু এইটো কহৰা, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, বোকাখাট, নুমলীগড় চহৰ, কমাৰগাঁও, ডেৰগাঁও আদিৰ দৰে গুৰুত্বপূর্ণ ঠাইবোৰ পাৰহৈ কাকডোঙা নদীৰ দলঙৰে যোৰহাট জিলাত সোমাইছে। জিলা সদৰ গোলাঘাট চহৰখন 37 আৰু 39 নং ৰাষ্ট্রীয় ঘাই পথৰ মাজৰ সংযোগী গড়কাপ্তানী পথত অৱস্থিত। গোলাঘাট চহৰৰ পৰা নগালেণ্ডৰ ৱোখা জিলালৈও এটা পথ সংযোগ আছে। ডিমাপুৰ (নগালেণ্ড), তিনিচুকীয়া, ডিব্রুগড় আৰু গুৱাহাটীলৈ ৰে'ল সেৱা আছে। ফৰকাটিং হ'ল জিলাখনৰ প্রধান ৰে'ল জংছন। গোলাঘাট চহৰ ষ্টেচনৰ পৰা যোৰহাট জিলালৈও ৰে'ল সেৱা আছে। জিলাখনৰ গুৰুত্বপূর্ণ ৰে'ল ষ্টেচনবোৰ হ'ল-সৰুপথাৰ, ফৰকাটিং আৰু কমাৰবন্ধা। গোলাঘাট জিলাৰ নিজাকৈ কোনো বিমানবন্দৰ নাই। গোলাঘাট চহৰৰ পৰা 55 কিল'মিটাৰ দূৰৈত যোৰহাটৰ ওচৰত থকা ৰৰৈয়াই নিকটতম বিমানবন্দৰ।








অসম     নগাঁও     ইনষ্টিটিউট অফ মেনেজমেণ্ট ৰিছ'র্চ ডেভেল'পমেণ্ট